কাশীশ্বৰকাশ্মীৰ

কাশ্মিৰী জলকীয়া (Assamese) [ Roman: kas.mi.ri jo.lo.ki.ya]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-08-14
1. (Proper Noun) Capsicum is a genus of plants from the nightshade family (Solanaceae) native to the Americas, where it was cultivated for thousands of years by the people of the tropical Americas, and is now cultivated worldwide. Some of the members of Capsicum are used as spices, vegetables, and medicines. The fruit of Capsicum plants have a variety of names depending on place and type, typically just capsicum in Australia and Indian English. ব্যঞ্জনৰূপে খোৱা ডাঙৰ আকৃতিৰ এইবিধ জলকীয়া Solanaceae নামৰ গোত্ৰৰ অন্তৰ্ভুক্ত৷ এইবিধ জলকীয়া আমেৰিকাত প্ৰচুৰ পৰিমাণে পোৱা যায়৷ প্ৰায় হাজাৰ বছৰৰ পূৰ্বে আমেৰিকাৰ আৰ্দ্ৰীয় অঞ্চলবোৰত বসবাস কৰা লোকসকলে এইবিধ জলকীয়াৰ খেতি প্ৰচুৰ পৰিমাণে কৰিছিল৷ বৰ্তমান সমগ্ৰ বিশ্বতে এই জলকীয়াবিধ পোৱা যায়৷ এই জলকীয়াবিধৰ কিছুমান জাতক ব্যঞ্জনৰূপে আৰু কিছুমানক ঔষধ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়৷ অঞ্চল অনুসৰি এই উদ্ভিদবিধৰ নামো ভিন্ন ধৰণৰ হয়, কেৱল অষ্ট্ৰেলিয়া আৰু ভাৰতবৰ্ষতহে ইয়াক ’কেপছিকাম’ নামেৰে জনা যায়৷